August 2, 2025 9:17 PM

views 14

চন্দ্ৰপুৰৰ গোৱৰ্দ্ধনৰ পৰা দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীলৈ মালবাহী সামগ্ৰীৰ প্ৰথম পৰীক্ষামূলক যাত্ৰাৰ শুভাৰম্ভ

কপিলী নদীৰ ৰাষ্ট্ৰীয় জলপথৰ জৰিয়তে কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰৰ গোৱৰ্দ্ধনৰ পৰা দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীলৈ মালবাহী সামগ্ৰীৰ প্ৰথম পৰীক্ষামূলক যাত্রা শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই পদক্ষেপক অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্তৰ্দেশীয় জলপথ পৰিবহণৰ বাবে ঐতিহাসিক মুহূর্ত বুলি অভিহিত কৰিছে। কপিলী নদী আৰু ব্ৰহ্মপুত্ৰৰ মাজেৰে এম ভি ভি ভি গিৰি নামৰ মালবাহী জাহাজখনে ৩০০ মেট্রিক টন চিমেণ্ট কঢ়িয়াই আনে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে এই উন্নয...