October 1, 2024 8:10 PM

views 20

কানপুৰ টেষ্টত ভাৰতৰ ৭ উইকেটত জয়লাভ

কানপুৰৰ গ্ৰীণপাৰ্কত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতে বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাটোত ২-০ ৰে জয়লাভ কৰিছে। বৰষুণৰ বাবে দ্বিতীয় তথা তৃতীয় দিনৰ খেল সম্পূর্ণভাৱে পৰিত্যক্ত ঘোষিত হোৱাৰ পাছত বাংলাদেশে কালি চতুর্থ দিনা ২৩৩ ৰানত নিজৰ প্ৰথম ইনিংছ সামৰে। প্ৰত্যুত্তৰত ভাৰতে ৯ উইকেটৰ বিনিময়ত ২৮৫ ৰান সংগ্ৰহ কৰি প্ৰথম ইনিংছ ঘোষণা কৰে। চতুর্থ দিনৰ খেলৰ অন্তত বাংলাদেশে দুই উইকেটৰ বিনিময়ত ২৬ ৰান কৰে। আজি খেলৰ পঞ্চম তথা অন্তিম দিনা বাংলাদেশৰ দলটো ১৪৬ ৰানতে অলআউট হয়। ভা...