December 3, 2025 4:18 PM

views 24

কামৰূপী লোকগীতৰ যশস্বী শিল্পী ৰামেশ্বৰ পাঠকৰ পূণ্য তিথি পালন

ৰাজ্যৰ বিভিন্ন অংশত আজি কামৰূপী লোকগীতৰ যশস্বী শিল্পী ৰামেশ্বৰ পাঠকৰ পূণ্য তিথি পালন কৰা হৈছে। পূণ্য তিথি উপলক্ষে শিল্পীগৰাকীক সুঁৱৰি ঠায়ে ঠায়ে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীৰ পূণ্য তিথিত শ্রদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয়, যে অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ জগতখনক কামৰূপী লোকগীতে বিশেষভাৱে সমৃদ্ধ কৰিছে। শিল্পীগৰাকীৰ কণ্ঠৰ প্ৰতিটো লোকগীত অসমীয়া সংস্কৃতিৰ অমূল্য সম্পদ বুলি তেওঁ উল্লেখ কৰে। আজি লোকসংগীতৰ বৰেণ্য সাধকগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰি নতুন প্ৰজ...