August 1, 2024 8:44 PM August 1, 2024 8:44 PM

views 29

গ্রাহকক উপযুক্ত সেৱা প্ৰদান নকৰাৰ অভিযোগত এটা মোবাইল কোম্পানীক ক্ষতিপূৰণ আদায়ৰ নির্দেশ কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগৰ

কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগে এটা নির্দেশযোগে গ্রাহকক উপযুক্ত সেৱা প্ৰদান নকৰাৰ অভিযোগত এটা মোবাইল কোম্পানীক ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণ আদায়ৰ নির্দেশ দিয়ে। উল্লেখযোগ্য যে এজন গ্রাহকে বেয়া হোৱা মোবাইল ফোনৰ বাবদ কোম্পানীটোৰ পৰা উপযুক্ত সেৱা লাভ নকৰাৰ অভিযোগত উপভোক্তা বিবাদ নিবাৰণ আয়োগৰ ওচৰত গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ শুনানি লৈ আয়োগে ৪৫ দিনৰ ভিতৰত মোবাইল ফোনটো মেৰামতি কৰি দিয়াৰ উপৰি গোচৰ দাখিলৰ সময়ৰ পৰা ১০ শতাংশ সুদৰ সৈতে ৪০ হাজাৰ টকাৰ ক্ষতিপূৰণ আৰু গোচৰটো চলোৱাৰ ব্যয় হিচাপে ১০ হাজা...

July 20, 2024 7:22 PM July 20, 2024 7:22 PM

views 4

শাওন মেলা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি

শাওন মেলা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে বশিষ্ঠ আৰু শুক্ৰেশ্বৰ দেৱালয়ৰ কৰ্তৃপক্ষক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে এ পি ডি চি এলক মন্দিৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ষ্ট্ৰীটলাইটৰ উপযুক্ত ব্যৱহাৰ আৰু পাৰ্কিঙৰ যথাযথ ব্যৱস্থাৰ প্ৰতি গুৰুত্ব দিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। পামহিৰ ভীমশংকৰ মন্দিৰতো ভক্তসকলৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰা হৈছে। যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে শ...

July 4, 2024 1:19 PM July 4, 2024 1:19 PM

views 20

কামৰূপ মহানগৰ জিলাৰ বৃদ্ধাবাসসমূহত চৰকাৰী আঁচনিসমূহ অন্তৰ্ভুক্তিকৰণৰ বাবে মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

কামৰূপ মহানগৰ জিলাৰ বৃদ্ধাবাসসমূহত থকা আৱাসীসকলৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড, বেংক একাউণ্টৰ সমস্যা আদি তাৎক্ষণিকভাৱে সমাধান কৰাৰ লগতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্য সচিব ডº ৰবি কোটাক নিৰ্দেশ দিছে। তদুপৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ অনান্য জিলাসমূহৰ বৃদ্ধাবাসৰ আৱাসীৰ সুবিধার্থে এই ব্যৱস্থাসমূহ পৰ্যায়ক্রমে আৰম্ভ কৰাৰ বাবে জিলা প্ৰশাসনসমূহক যথোপযুক্ত নিৰ্দেশনা জাৰি কৰিবলৈ মুখ্য সচিবক নির্দেশ দিয়ে। উল্লেখযোগ্য যে কামৰূপ মহ...

June 8, 2024 1:53 PM June 8, 2024 1:53 PM

views 18

নৰহৰি বৰ্মন নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ কামৰূপ মহানগৰ জিলাৰ POCSO আদালতৰ

কামৰূপ মহানগৰ জিলাৰ POCSO আদালতে শিশু যৌন নিৰ্যাতনৰ গোচৰত নৰহৰি বৰ্মন নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছে। এটি ১০ বছৰীয়া কন্যা শিশুক যৌন নির্যাতন চলোৱাৰ সন্দৰ্ভত মহানগৰীৰ ভঙাগড় থানাত ২০২২ চনত গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিতেই দীৰ্ঘদিন ধৰি শুনানি গ্ৰহণ কৰি কালি আদালতে নৰহৰি বৰ্মনক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।

June 6, 2024 8:45 PM June 6, 2024 8:45 PM

views 18

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অৰিয়েণ্টেচন প্ৰগ্ৰেম অন টিচিং মেথড’লজী ফৰ টীচাৰ্ছ অৱ চায়েন্স এণ্ড মেথমেটিকছ শীর্ষক প্রশিক্ষণ কাৰ্যসূচী

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আজি অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত অৰিয়েণ্টেচন প্ৰগ্ৰেম অন টিচিং মেথড'লজী ফৰ টীচাৰ্ছ অব চায়েন্স এণ্ড মেথমেটিকছ শীর্ষক প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্রশিক্ষণ কাৰ্যসূচীত জিলাখনৰ মুঠ ৩৩টা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ একোজনকৈ গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষকে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত মাধ্যমিক শিক্ষা পৰিষদে ইতিমধ্যে গ্ৰহণ কৰা প্ৰশ্নকাকতৰ ধৰণ পৰিৱৰ্তনৰ ফলত শিক্ষণ ব্যৱস্থাৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপ সন...

April 3, 2024 8:29 PM April 3, 2024 8:29 PM

views 26

ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক

♦ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গঠন কৰা নিৰীক্ষণকাৰী দলে আজি কামৰূপ জিলাৰ ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, ধৃত লোক দুজনৰ পৰা ২০টা মাদক দ্রব্যভর্তি টেমা, ম'বাইল ফোন আৰু এখন মটৰ চাইকেল জব্দ কৰা হৈছে। লোক দুজনক ছয়গাঁও থানাত গতাই দিয়া হৈছে। ইপিনে, গোলাঘাট আৰক্ষীয়ে আজি বগৰীজেঙৰ আৰক্ষী ছাউনী খেলপথাৰত বুজন পৰিমাণৰ মাদক দ্রব্য দাহ কৰে। জিলা আৰক্ষী অধীক্ষক, অপৰাধ শাখাৰ উপ আৰক্ষী অধীক্ষকৰ উপৰি আবকাৰী বিষয়াৰ উপস্থিতিত ২ কোটি ৯৩ লাখ টকাৰ...