February 22, 2025 9:28 PM February 22, 2025 9:28 PM

views 10

কামৰূপ মহানগৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৫ দিনীয়াকৈ সীমান্ত এলেকা যুৱ আদান-প্রদান কাৰ্যসূচী

কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অনুমোদন সাপেক্ষে কামৰূপ মহানগৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত কালিৰে পৰা ২৫ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সীমান্ত এলেকা যুৱ আদান-প্রদান কাৰ্যসূচীৰ আজি দ্বিতীয় দিন। পল্টন বজাৰৰ নেহৰু যুৱ কেন্দ্ৰৰ আৱাসত উত্তৰ-পূৰ্বাঞ্চলৰ ৭ খন ৰাজ্যৰ মুঠ ২৫ গৰাকী যুৱ প্রতিনিধিয়ে এই কাৰ্যসূচীৰ অধীনত ভাষা আৰু সাংস্কৃতিক সমন্বয়ৰ উদ্দেশ্যৰে একগোট হোৱাৰ লগতে সমল ব্যক্তিৰ দ্বাৰা শৈক্ষিক কার্যসূচী, যোগ অভ্যাস, ক্ষেত্র ভ্রমণ, ভাৰত বিষয়ক কুইজত অংশগ্ৰহ...