May 31, 2024 12:25 PM

views 24

কামৰূপ জিলাৰ মিৰ্জাত প্ৰসাদত বিষক্ৰিয়া হৈ ছবছৰীয়া এটি কন্যা শিশুৰ মৃত্যু

কামৰূপ জিলাৰ মিৰ্জাত প্ৰসাদত বিষক্ৰিয়া হৈ ছবছৰীয়া এটি কন্যা শিশুৰ মৃত্যু হৈছে। আনহাতে গুৰুতৰভাৱে অসুস্থ হোৱা শিশু-মহিলাসহ ৩৩জন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত ১২জন লোকক জৰুৰীকালীনভাৱে চিকিৎসা সেৱা আগবঢ়াবলগীয়া হৈছে। বাকীসকলৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি হাস্পতাল কর্তৃপক্ষই প্রকাশ কৰিছে। জানিব পৰা মতে যোৱা ২৮ মে'ত মিৰ্জাৰ ঝাৰোবড়ীৰ চনপাৰাত এটা পৰিয়ালৰ প্ৰসাদ খোৱাৰ পাছতেই বহু লোক অসুস্থ হৈ পৰে। অসুস্থসকলক আজাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সেইদি...

May 30, 2024 8:06 PM

views 26

কামৰূপ জিলাৰ মির্জাত খাদ্যত বিষক্রিয়া হৈ ২৮জন লোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি

কামৰূপ জিলাৰ মির্জাত খাদ্যত বিষক্রিয়া হৈ অসুস্থ হৈ পৰা শিশুসহ ২৮জন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত ১২জন লোকক জৰুৰীকালীনভাৱে চিকিৎসা সেবা আগবঢ়াবলগীয়া হৈছে। বাকীসকলৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি হাস্পতাল কর্তৃপক্ষই প্রকাশ কৰিছে। জানিব পৰা মতে যোৱা ২৮ মে'ত মির্জাৰ ঝাৰোবড়ীৰ চনপাৰাত এটা পৰিয়ালৰ প্ৰসাদ খোৱাৰ পাছতেই বহু লোক অসুস্থ হৈ পৰে। অসুস্থসকলক আজাৰা চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত ২১জনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰিত কৰা...