November 23, 2024 8:53 PM November 23, 2024 8:53 PM

views 5

কামৰূপ মহানগৰ জিলাত জলজীৱন অভিযানৰ আঁচনিসমূহৰ কাম-কাজ পৰ্যৱেক্ষণ আয়ুক্ত সুমিত চাট্টাৱানৰ

কামৰূপ মহানগৰ জিলাত জলজীৱন অভিযানৰ দ্বাৰা ৰূপায়ন হোৱা আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতি আজি জিলাখনৰ আয়ুক্ত সুমিত চাট্টাৱানে পৰ্যৱেক্ষণ কৰে। তেওঁ গুৱাহাটী মহানগৰীৰ গৰীয়াঘুলিৰ পানী যোগান আঁচনিৰ পৰ্যৱেক্ষণ কৰি জনসাধাৰণে নিয়মীয়াকৈ পানী লাভ কৰি আছে নে নাই সেই বিষয়ে বুজ লয়। উল্লেখযোগ্য যে জলজীৱন অভিযানৰ অধীনৰ আঁচনিসমূহৰ সঠিক ৰূপায়নৰ বাবে জিলা প্ৰশাসনৰ বিষয়াসকলে একোখনকৈ পানী যোগান আঁচনিৰ পৰ্যৱেক্ষণ কৰাৰ দায়িত্ব লৈছে। আয়ুক্তগৰাকীয়ে দায়িত্ব গ্ৰহণ কৰা গৰীয়াঘুলি পানী যোগান আঁচনিৰ পানীৰ গুণগত মান, ন...