March 2, 2025 9:23 PM
ছয়মাইলৰ উৰণ সেতু আৰু ডাউন টাউন হাস্পতালৰ মাজত সোমবাৰৰ পৰা নিশাৰ ভাগত যান-বাহনৰ চলাচলত প্ৰশাসনৰ বাধা আৰোপ
গুৱাহাটী মহানগৰীৰ ছয়মাইলত উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত কেতবোৰ প্ৰয়োজনীয় কাম-কাজ সূচলভাবে সম্পন্ন কৰাৰ উপৰি অঞ্চলটোৰে আহ-যাহ কৰা জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰ...