March 2, 2025 9:23 PM March 2, 2025 9:23 PM

views 4

ছয়মাইলৰ উৰণ সেতু আৰু ডাউন টাউন হাস্পতালৰ মাজত সোমবাৰৰ পৰা নিশাৰ ভাগত যান-বাহনৰ চলাচলত প্ৰশাসনৰ বাধা আৰোপ

গুৱাহাটী মহানগৰীৰ ছয়মাইলত উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত কেতবোৰ প্ৰয়োজনীয় কাম-কাজ সূচলভাবে সম্পন্ন কৰাৰ উপৰি অঞ্চলটোৰে আহ-যাহ কৰা জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীৰ উপ-আয়ুক্তই নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ নিশা  ১১.৩০ বজাৰ পৰা পুৱতি নিশা  ৪-৩০ বজালৈ উৰণ সেতুৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত যান-বাহনৰ চলাচল কিছু নিয়ন্ত্ৰণ কৰা হ'ব। ছয়মাইলৰ উৰণ সেতু আৰু ডাউন টাউন হাস্পতালৰ মাজত এই সময়ছোৱাত যান-বাহনৰ চলাচল বন্ধ থাকিব। খানাপাৰাৰ দিশৰ পৰা পাঞ্জাবাৰ...