March 13, 2025 9:18 PM March 13, 2025 9:18 PM
4
কলম্বোত ছাত্ৰ-ছাত্ৰীৰ মাজত ৫০০খন অমৰ চিত্ৰকথা জাতকৰ সাধু বিতৰণ ভাৰতীয় উচ্চায়ুক্তৰ
মেডিন পূর্ণিমা পয়া দিৱস উপলক্ষে কলম্বোত থকা ভাৰতীয় উচ্চায়ুক্তই আজি সিংহলী ভাষালৈ অনুবাদ কৰা ৫০০ খন অমৰ চিত্ৰকথা জাতকৰ সাধু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰে। এই চিত্রকথাসমূহ শ্রী পাগংনাথিছা ধৰ্ম বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হয়। উল্লেখযোগ্য যে, অনুবাদিত এই চিত্রকথাসমূহৰ জৰিয়তে বুদ্ধৰ বাণী যুৱ প্ৰজন্মৰ মাজত প্ৰচাৰৰ চেষ্টা কৰা হৈছে। কাহিনীসমূহৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মনত মানৱীয় প্ৰমূল্যবোধ জগাই তুলিবলৈ উৎসাহিত কৰা হৈছে। স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অধ্যাপক অংকুৰণ ...