May 17, 2025 9:01 PM
অসমৰ বাবে পুনৰ প্ৰধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৭৬ হাজাৰ বাসগৃহৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ
কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে পুনৰ প্ৰধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৭৬ হাজাৰ বাসগৃহৰ অনুমোদন জনাইছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছ...