May 17, 2025 9:01 PM May 17, 2025 9:01 PM

views 2

অসমৰ বাবে পুনৰ প্ৰধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৭৬ হাজাৰ বাসগৃহৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে পুনৰ প্ৰধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৭৬ হাজাৰ বাসগৃহৰ অনুমোদন জনাইছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি প্রধানমন্ত্রী আৱাস যোজনা, গ্রামীণৰ অধীনত ৫৫ হাজাৰ হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে। অসমৰ কৃষিভূমি পৰীক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৃষি বিজ্ঞানীৰ ৫৬ টা দল গঠন কৰিব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰী চৌহান...