November 9, 2024 11:08 AM

views 13

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ দিৱস উপলক্ষে কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত বর্ণাঢ্য কাৰ্যসূচী

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ দিৱস উপলক্ষে আজি আৰু কাইলৈ গুৱাহাটীৰ পাঞ্জাবাৰীত থকা কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত বর্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি দিনজোৰা লোকনৃত্য-গীতৰ বৰ্ণাঢ্য অনুষ্ঠান বৰ্ণালী আৰু সন্ধিয়া চাৰে ছয় বজাত হাস্যব্যংগ নাটকৰ অনুষ্ঠান বাগাড়ম্বৰ অনুষ্ঠিত হ'ব। কাইলৈ সন্ধিয়া চাৰে পাঁচ বজাত ধ্রুপদী নৃত্য সংৰচনা নৃত্যৰংগৰ লগতে ছয় বজাত পুৰণি দিনৰ গীতৰ সোঁৱৰণ আৰু প্ৰিয় শিল্পীৰ সৈতে কথোপকথনৰ অনুষ্ঠান সোণালী সুদিন অনুষ্ঠিত হ'ব। শ্ৰীমন্ত শংকৰদেৱ কলা...