July 29, 2025 8:13 PM July 29, 2025 8:13 PM
9
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান কাৰ্যসূচী
অসম চৰকাৰৰ বিশেষ প্ৰকল্পৰ অধীনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে আজি অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান শীৰ্ষক কাৰ্যসূচীৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিছে। কুৰিটা জনগোষ্ঠীৰ লোকৰ অংশগ্রহণেৰে প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী অন্ত পৰাৰ পাছত আজিৰে পৰা দ্বিতীয় আৱাসিক কর্মশালা কলাক্ষেত্ৰ চৌহদত অনুষ্ঠিত হৈছে। বিভিন্ন জনগোষ্ঠীৰ মাজত কৃষ্টি-সংস্কৃতিৰ পাৰস্পৰিক বিনিময়েৰে সমন্বয়ৰ মনোভাৱ সৃষ্টিৰ বাবে এই অভিলাষী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এইবাৰৰ কৰ্মশালাত বানাই, পাহাৰীয়া তিৱা, মণিপুৰ...