January 31, 2025 8:12 PM

views 36

১১৭ সংখ্যক জন্মবার্ষিকীত কলাগুৰুক শ্ৰদ্ধাৰে সোঁৱৰণ ৰাজ্যবাসীৰ

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৭ সংখ্যক জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যবাসীয়ে তেঁওক শ্ৰদ্ধাৰে সোঁৱৰিছে। ওৰেটো জীৱন মাটি-মানুহ তথা দেশৰ বাবে অমূল্য অৱদান আগবঢ়াই যোৱা গীতিকাৰ, সুৰকাৰ, চিত্রশিল্পী তথা স্বাধীনতা সংগ্ৰামী ৰাভাদেৱৰ জীৱন আদর্শই অসমবাসীক সদায় অনুপ্ৰাণিত কৰি আহিছে। শিল্পীগৰাকীৰ স্মৃতিত আজি তেজপুৰৰ তলগেৰেকীত থকা তেওঁৰ সমাধিস্থলত এটি বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। কলাগুৰুৰ জ্যেষ্ঠ পুত্র তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই বন্তি প্ৰজলনেৰে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায...