June 15, 2025 1:17 PM

views 21

কৈলাশ মানসৰোবৰ যাত্ৰাৰ প্রথমটো তীর্থযাত্রী দল ছিকিমৰ গেংটকত উপস্থিত

কৈলাশ মানসৰোবৰ যাত্ৰালৈ যাবলগীয়া তীর্থযাত্রীৰ প্রথমটো দল আজি ছিকিমৰ গেংটকত উপস্থিত হ'ব। ছিকিম চৰকাৰে তীৰ্থ যাত্ৰীসকলক আদৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে এইবাৰ পাঁচ বছৰৰ বিৰতিত অহা ২০ জুনত কৈলাশ মানসৰোবৰ যাত্ৰা আৰম্ভ হ'ব। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত পর্যটন আৰু অসামৰিক বিমান পৰিবহন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ছি এছ ৰাৱে প্ৰকাশ কৰা মতে চৰকাৰী বিষয়াকে ধৰি মুঠ ৩৫ গৰাকী যাত্ৰীৰ প্ৰথমটো দল আজি গেংটকত উপস্থিত হ'ব। ২০ জুনত ছিকিমৰ মুখ্যমন্ত্রী প্রেম সিং টামাঙে নাথুলাত পতাকা জোকাৰি এই যা...

June 14, 2025 7:39 PM

views 20

কৈলাশ মানসৰোৱৰ যাত্ৰাৰ বাবে প্ৰথমটো তীর্থযাত্ৰীৰ দল কাইলৈ গেংটকত উপস্থিত হ’ব

কৈলাশ মানসৰোৱৰ যাত্ৰাৰ বাবে প্ৰথমটো তীর্থযাত্ৰীৰ দল কাইলৈ গেংটকত উপস্থিত হ'ব। তীর্থযাত্ৰীসকলক আদৰিবৰ বাবে চিকিম চৰকাৰে সকলো ব্যৱস্থা গ্রহণ কৰিছে। উল্লেখযোগ্য, যে পাঁচ বছৰৰ ব্যৱধানৰ অন্তত অহা ২০ জুনত এই কৈলাশ মানসৰোৱৰ যাত্ৰা আৰম্ভ হ'ব । পৰ্যটন আৰু অসামৰিক বিমাণ পৰিৱহণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব চি এছ ৰাৱে আকাশবাণীৰ সংবাদদাতাক কয়, যে চৰকাৰী বিষয়াৰ সৈতে ৩৫ জন যাত্ৰীৰ সৈতে গঠিত প্ৰথমটো তীর্থযাত্ৰীৰ দল কাইলৈ আহি পাব। দলটোৱে চাৰিদিনৰ বাবে ১৫ মাইল আৰু শ্বেৰাথাঙত থাকিব। এই সময়ছোৱাত জ্যেষ্ঠ প্ৰতিৰক্ষা...

April 26, 2025 9:25 PM

views 17

কৈলাশ মানসৰোবৰ যাত্ৰা চলিত বৰ্ষৰ জুনৰ পৰা আগষ্টলৈ আয়োজনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ পৃষ্ঠ পোষকতাত কৈলাশ মানসৰোবৰ যাত্ৰা চলিত বৰ্ষৰ জুনৰ পৰা আগষ্টলৈ আয়োজন কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি এই বেলি ৫০ গৰাকীকৈ যাত্ৰীৰ মুঠ ৫ টা দলে উত্তৰাখণ্ডৰ মাজেৰে লিপুলেখপাছ হৈ এই যাত্ৰাত অংশ লোৱাৰ লগতে ৫০ গৰাকীকৈ যাত্ৰীৰ মুঠ ১০ টা দলে ছিকিমৰ মাজেৰে নাথুলাপাছ হৈ এই যাত্ৰা কৰিব। আগ্ৰহীসকলে kmy.gov.in ৱেবচাইটৰ জৰিয়তে আবেদন জনাব পাৰিব। আবেদনকাৰীসকলৰ মাজৰ পৰা নিৰপেক্ষ পদ্ধতিৰে কম্পিউটাৰৰ সহায়ত যাত্রী নির্বাচন কৰা হ'ব। এই নির্বাচন...

April 22, 2025 3:14 PM

views 18

কৈলাস মান সৰোবৰ যাত্ৰা অহা ৩০ জুনৰ পৰা আৰম্ভ কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

কৈলাস মান সৰোবৰ যাত্ৰা অহা ৩০ জুনৰ পৰা আৰম্ভ কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উল্লেখযোগ্য যে কোৱিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত ৪ বছৰ ধৰি এই যাত্ৰা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল। উত্তৰাখণ্ড চৰকাৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যৌথ উদ্যোগত এই যাত্ৰাৰ আয়োজন কৰা হৈছে। কুমাউন মণ্ডল বিকাশ নিগমক এই যাত্ৰা আয়োজনৰ সকলো দায়িত্ব অর্পণ কৰা হৈছে। তীর্থযাত্ৰীসকলে দিল্লীৰ পৰা এই যাত্ৰা আৰম্ভ কৰি পিথুৰাগৰ জিলাৰ লিপুলেখ পাছেৰে গৈ চীনত প্ৰৱেশ কৰিব। এইবাৰ ২৫০ গৰাকী তীর্থযাত্ৰীয়ে আধ্যাত্মিকভাৱে গুৰু...