October 21, 2024 7:31 PM October 21, 2024 7:31 PM

views 4

কাহিলিপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ানত ‘আৰক্ষী স্মৃতি দিৱস’ পালন

দেশ আৰু জাতিৰ হকে প্ৰাণ আহুতি দিয়া জোৱানসকলক স্মৰণ কৰি অসম আৰক্ষীয়ে আজি কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ানত আৰক্ষী স্মৃতি দিৱস পালন কৰে। এই দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য, আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, আৰক্ষী আয়ুক্ত দিগন্ত বৰাকে ধৰি শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানত আৰক্ষী জোৱানসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাজ্যপাল শ্ৰী আচাৰ্যই কয় যে চলিত বৰ্ষত সমগ্ৰ দেশত ২১৪ জন কৰ্তব্যৰত আৰক্ষী জোৱানৰ মৃত্যু হয়। এইসকলৰ ভিতৰত অসমৰো ছজন জোৱানে প্ৰাণ আহুতি দিবল...