December 15, 2025 9:02 PM

views 13

কাছাৰৰ ৰংপুৰত শিলচৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ মাদক দ্রব্য জব্দ

কাছাৰ জিলাৰ শিলচৰ আৰক্ষীয়ে ৰংপুৰ অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ মাদক দ্রব্য জব্দ কৰিছে। আৰক্ষীয়ে এখন ট্রাকত অভিযান চলাই ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। আৰক্ষীয়ে প্ৰায় ৯০ হাজাৰটা বুলি প্ৰকাশ কৰা এই নিচাযুক্ত টেবলেটসমূহৰ বজাৰমূল্য আনুমানিক ২৬ কোটি টকা হ'ব বুলি প্ৰকাশ কৰিছে। এই সংক্ৰান্তত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী অধীক্ষক পার্থপ্রতীম দাসে প্ৰকাশ কৰা মতে জব্দ কৰা ট্রাকখন মিজোৰামৰ পৰা গুৱাহাটীলৈ আহি আছিল। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি...

August 12, 2025 12:44 PM

views 8

কাছাৰৰ ধলাইত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰাজ্য চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে। কাছাৰ আৰক্ষীয়ে কালি ধলাইত অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰাৰ লগতে দুজন মাদকদ্রব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা মাদকদ্ৰব্যৰ মূল্য প্ৰায় আঢ়ৈ কোটি টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই অভিযানত সোণাৰি বিধানসভা সমষ্টিত ২০২৪-২৫ বৰ্ষত ১ কোটি ২৮ লাখৰো অধিক টকা মূল্যৰ মাদকদ্রব্য জব্দ কৰা হয়। এই সময়ছোৱাত এন ডি পি এছ আইনৰ অধীনত ২১ টা গোচৰ পঞ্জীয়ন কৰাৰ লগতে ৪২ জন লোকক আটক কৰা হয়।