January 8, 2026 7:24 PM January 8, 2026 7:24 PM
1
প্রাক্তন কেন্দ্রীয় মন্ত্রী কবিন্দ্ৰ পূৰকায়স্থৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন
প্রাক্তন কেন্দ্রীয় মন্ত্রী, প্রয়াত ৰাজনীতিবিদ তথা বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা কবিন্দ্ৰ পূৰকায়স্থৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে শিলচৰৰ শ্মশানঘাটত সম্পন্ন হয়। অসম প্রদেশ বিজেপিৰ পিতামহস্বৰূপ কবিন্দ্ৰ পুৰকায়স্থক শেষ শ্রদ্ধা জনোৱাৰ বাবে অগণন লোকে ভিৰ কৰে। ইয়াৰ পূৰ্বে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা তেওঁৰ নম্বৰদেহ কাছাৰ জিলা বিজেপিৰ কার্যালয়লৈ নিয়া হয় আৰু তাৰ পৰা জিলা ক্রীড়া সন্থাৰ খেল পথাৰলৈ লৈ যোৱা হয়। ক্রীড়া সন্থাৰ খেলপথাৰতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বৰাক উপত্যকা উন্নয়নৰ বিভাগ...