March 18, 2025 1:09 PM

views 31

ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দল কাবাডী বিশ্বকাপ প্রতিযোগিতাৰ নিজ নিজ শাখাত অৱতীৰ্ণ

ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে আজি ইংলেণ্ডৰ অ'লভাৰ হেমটনত আয়োজিত চলিত বৰ্ষৰ কাবাডী বিশ্বকাপ প্রতিযোগিতাত নিজ নিজ শাখাত অৱতীৰ্ণ হ'ব। মহিলাৰ দলটোৱে গ্ৰুপ ডিৰ এখন খেলত ৱেলছৰ মুখামুখি হোৱাৰ বিপৰীতে পুৰুষ দলটো গ্ৰুপ-বিৰ এখন খেলত স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেল দুখন ক্ৰমে বিয়লি চাৰে পাঁচ বজাত আৰু নিশা চাৰে ১০ বজাত অনুষ্ঠিত হ'ব। কালি আৰম্ভ হোৱা প্ৰতিযোগিতাখনত ভাৰতৰ পুৰুষ দলটোৱে ইতিমধ্যে জয়েৰে অভিযানৰ পাতনি মেলিছে। দলটোৱে প্ৰতিযোগিতাত নিজৰ প্ৰথমখন খেলত ইটালীক ৬৪-২২ ফলাফলত পৰা...

March 17, 2025 7:59 PM

views 28

কাবাডী বিশ্বকাপ ২০২৫ ত ভাৰতীয় পুৰুষ দলৰ ইটালীৰ দলটোক ৬৪-২২ পইণ্টৰ ব্যৱধানত পৰাস্ত

ইংলেণ্ডত আজি কাবাডী বিশ্বকাপ ২০২৫ আৰম্ভ হৈছে। প্ৰতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত ভাৰতীয় পুৰুষ দলে ইটালীৰ দলটোক ৬৪-২২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কাবাডী বিশ্বকাপৰ উদ্বোধনী খেলখনত ইংলেণ্ডে হাংগেৰীক ১০১-২৫ ফলাফলত পৰাস্ত কৰে। পোনপ্ৰথমবাৰৰ বাবে এছিয়াৰ বাহিৰত আয়োজিত কাবাড়ী বিশ্বকাপত এইবাৰ ৬০ খনতকৈও অধিক খেল খেলোৱা হ'ব। পুৰুষৰ শাখাত ১০ টা আৰু মহিলাৰ শাখাত ছটা দলে অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ২০১৯ চনত মালয়েছিয়াই আয়োজন কৰা কাবাড়ী বিশ্বকাপৰ প্ৰথমটো সংস্কৰণত ভাৰতে পুৰুষ আৰু মহিলা উভয় শা...

January 9, 2025 5:00 PM

views 39

৫০ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় কাবাডী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ ছোৱালীৰ খেলত দিল্লীক পৰাজিত অসম দলৰ

উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত ৫০ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় কাবাড়ী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ ছোৱালীৰ খেলত অসম দলে দিল্লীক পৰাজিত কৰিছে। অসমে ৪৪-২৪ ব্যৱধানত দলটোক পৰাজিত কৰে। অসম কাবাড়ী সন্থাই এই বিষয়ে প্ৰকাশ কৰিছে।