April 17, 2024 6:11 PM

views 24

আৰ্হি আচৰণ বিধি উলংঘন সন্দৰ্ভত কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ জাননী জাৰি

নিৰ্বাচন আয়োগে বি আৰ এছ দলৰ সভাপতি তথা তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে আৰ্হি আচৰণ বিধি উলংঘন সন্দৰ্ভত এখন জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে তেলেংগানাৰ ছিছিলাত যোৱা ৫ এপ্ৰিলত অনুষ্ঠিত এখন সংবাদ মেলত শ্ৰীৰাৱে কংগ্ৰেছৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰকাশ কৰা বুলি দলটোৱে অভিযোগ কৰিছে । নির্বাচন আয়োগে এই সন্দৰ্ভত জাৰি কৰা জাননী প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক তেওঁৰ এই মন্তব্যৰ বিষয়টোক লৈ কাইলৈৰ ভিতৰত নিজৰ স্থিতি ব্যাখ্যা কৰিবলৈ নিৰ্দেশ দিছে। আয়োগে লগতে তেলেংগানাৰ মুখ্য নির্ব...