November 29, 2024 8:58 PM November 29, 2024 8:58 PM
2
অহা ৬ ডিচেম্বৰৰ পৰা ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ
অহা ৬ ডিচেম্বৰৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ'বলগীয়া অষ্টলক্ষ্মী মহোৎসৱে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ অন্যান্য প্ৰান্তৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক ব্যৱধান দূৰ কৰিব বুলি উত্তৰ-পূব উন্নয়ন মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আশা প্রকাশ কৰিছে। তিনিদিনীয়া এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ সংস্কৃতি আৰু প্ৰাকৃতিক সম্পদৰ প্ৰদৰ্শনৰ লগতে অঞ্চলটোৰ বিভিন্ন কলা-কৃষ্টি প্ৰদৰ্শন কৰা হ'ব। আজি নতুন দিল্লীত আয়োজিত এখন সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কয়, যে অষ্টলক্ষ্মী মহোৎসৱ হৈছে লক্ষ্মী দেৱীৰ ৮ টা অৱতাৰ যেনে- ...