January 24, 2026 9:49 PM
4
গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ৰ দ্বিতীয় সংস্কৰণত কেইবাখনো দেশী-বিদেশী ছবি প্ৰদৰ্শন
গুৱাহাটীৰ জ্যোতি চিত্ৰবনত যোৱা বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ৰ দ্বিতীয় সংস্কৰণত আজি কেইবাখনো দেশী-বিদেশী ছবি প্ৰদৰ্শন কৰা হয়। জ্যোতি চিত্ৰবনৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আজি অসমীয়া ভাষাৰ ছবি কক কক ককক, দক্ষিণ কোৰিয়াৰ ছবি এ পয়েট অৱ দা ৰিভাৰ আৰু মংগোলীয়ান ইফ অলি আই কোড হাইবাৰনেট ছবি প্রদর্শিত হয়। একেদৰে বিষ্ণুৰাভা প্ৰেক্ষাগৃহত তুলু ভাষাৰ ছবি ইম্বু, বাংলা ছবি পৰবাসী, হংকঙৰ ছবি লেছ হেভ এ কাফ অফ দুধ পট্টি চায় ছবিকেইখন প্রদর্শিত হয়। মহোৎসৱৰ সৈতে সংগতি ৰাখি চলচ...