January 3, 2025 12:36 PM
জোঙাল বলহুৰ স্মৃতিত আজি জোঙাল বলহু দিৱস পালন
তিৱাসকলৰ শৌর্য বীৰ্যৰ প্ৰতীক জোঙাল বলহুৰ স্মৃতিত আজি জোঙাল বলহু দিৱস পালন কৰা হৈছে। তিৱাসকলৰ পৰম্পৰাগত পিতৃ পূজাৰে এই দিৱসৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইতিহাস প্রসিদ্ধ জোঙাল বলহুগড়ত দিনজোৰা ...