January 3, 2025 12:36 PM

views 33

জোঙাল বলহুৰ স্মৃতিত আজি জোঙাল বলহু দিৱস পালন

তিৱাসকলৰ শৌর্য বীৰ্যৰ প্ৰতীক জোঙাল বলহুৰ স্মৃতিত আজি জোঙাল বলহু দিৱস পালন কৰা হৈছে। তিৱাসকলৰ পৰম্পৰাগত পিতৃ পূজাৰে এই দিৱসৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইতিহাস প্রসিদ্ধ জোঙাল বলহুগড়ত দিনজোৰা কাৰ্যসূচীৰে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ পৃষ্ঠপোষকতাত আৰু তিৱা জাতীয় সংগঠনসমূহৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ মুকলি সভাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ৰনজিত কুমাৰ দাস, পীয়ুষ হাজৰিকা, অজন্তা নেওগ আৰু জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাগৰাকীও মন্ত্রী-বিধায়কে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ঐতিহাসিক...