January 18, 2025 7:57 PM

views 12

অহা ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত ঝুমুইৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠান

ৰাজ্য চৰকাৰে ঝুমুইৰ নৃত্যক বিশ্ব দৰবাৰত বিশেষ পৰিচয় প্ৰদান কৰাৰ উদ্দেশ্যেৰে অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ঝুমুইৰ বিনন্দিনী শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিবলৈ লোৱা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বিচৰা কামৰূপ জিলাৰ কমলপুৰ আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝুমুইৰ শিল্পীসকলৰ বাবে অহা ২০ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ সমষ্টি দুটাৰ অধীনত সমষ্টি পৰ্যায়ৰ নৃত্য কৰ্মশালাৰ আয়োজন কৰা হৈছে। কমলপুৰ বিধানসভা সমষ্টিৰ বাবে মান্দাকাটা দুৰ্গা মন্দিৰ প্ৰাংগণত আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ ব...