January 2, 2026 12:35 PM

views 17

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি দিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি নতুন দিনৰ আলাপ শীর্ষক এটা অনুষ্ঠানত সাংবাদিকৰ আগত এই কথা প্রকাশ কৰি কয়, যে ২০২৫ বৰ্ষত জুবিনৰ দৰে মহান শিল্পী এগৰাকীক হেৰুওৱাটো জাতিৰ বাবে দুর্ভাগ্যৰ বিষয়। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষীয়ে তিনি মাহৰ ভিতৰত সমগ্ৰ ঘটনাৰ তদন্ত কৰি আদালতত অভিযোগনামা দাখিল কৰাটো নিশ্চিতভাবে এটা উল্লেখযোগ্য বিষয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় যাতে নির্দিষ...

November 20, 2025 12:13 PM

views 23

গীত-মাতে তিনিশতাধিক শিল্পীৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

অগণন অনুৰাগীক শোকস্তব্ধ কৰি কায়িকভাৱে আতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যোৱা নিশা ৰাজ্যখনৰ প্রায় ৩০০ গৰাকী শিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক প্ৰতিষ্ঠানৰ খেলপথাৰত গীতেৰে স্মৰণ কৰে। কেইবাগৰাকীও ন-পুৰণি শিল্পীয়ে শ্রীশ্রীমাধৱদেৱ বিৰচিত এটি বৰগীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। এই গীতটি জুবিন গাৰ্গৰ কণ্ঠত পূর্বে বাণীবদ্ধ কৰা হৈছিল। এই সুৰীয়া শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংগৰাগ পাপন মহন্তকে ধৰি ২০০তকৈ অধিক কণ্ঠশিল্পী আৰু ৭০ গৰাকীৰো অধিক বাদ্যযন্ত্রীয়ে ৮ গৰাকী সংগীত পৰিচালকৰ তত্বাৱধানত জুবিন গাৰ্গ...