May 6, 2024 12:02 PM May 6, 2024 12:02 PM
19
চত্তিশগড়ৰ সুৰজপুৰ চহৰত জনসভা সম্বোধন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ
◊ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডাই কালি চত্তিশগড়ৰ সুৰজপুৰ চহৰত এখন জনসভাক সম্বোধন কৰে। তেওঁ কয় যে, কেন্দ্ৰত থকা বিজেপি চৰকাৰে উন্নয়নৰ নতুন পৰিসৰ স্থাপন কৰিছে। বিগত ১০ বছৰত দেশৰ বেছিভাগ অঞ্চলৰ পৰাই নক্সালবাদ নিৰ্মূল কৰা হৈছে বুলি বিজেপিৰ সভাপতিগৰাকীয়ে মত প্রকাশ কৰে। তেওঁ উল্লেখ কৰে যে, অভিলাসী জিলা কার্যসূচী, গ্রাম বিকাশ আৰু একলব্য আদর্শ বিদ্যালয় আদিৰ দৰে মোদী চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ জৰিয়তে জনজাতীয় অঞ্চলসমূহত উন্নয়নৰ নতুন ধাৰা মুকলি কৰা হৈছে। তেওঁ লগতে বিজেপি চৰকাৰে জনজাতীয়...