July 27, 2024 12:18 PM

views 16

দেশৰ সশস্ত্র বাহিনীৰ সুবিধাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছেঃ জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডাই কৈছে যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ সশস্ত্র বাহিনীৰ সুবিধাৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ চৰকাৰ দেশৰ নিৰাপত্তাৰ বাবে উৎসর্গিত বুলিও তেওঁ প্ৰকাশ কৰে। কালি নতুন দিল্লীত কার্গিল বিজয় ৰজত জয়ন্তী সমাৰোহত উপস্থিত থাকি শ্রী নাড্ডাই কয় যে মোডী চৰকাৰে সীমান্তৰ আন্তঃগাঁথনিত অধিক গুৰুত্ব দিছে আৰু প্ৰতিৰক্ষা বাহিনীৰ বাবে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰীয়ে সশস্ত্র বাহিনীত গুৰুত্ব আৰোপ ক...

July 26, 2024 12:37 PM

views 12

ভাৰতীয় সেনাই কৌশলগত পাৰদৰ্শিতাৰ বাবে কাৰ্গিলত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ সক্ষম হৈছিলঃ জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কৈছে যে কাৰ্গিল যুদ্ধত দেশৰ জোৱানসকলে ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হৈছিল যদিও শত্রু পাকিস্তানৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিছিল। শ্ৰী নাড্ডাই কালি নতুন দিল্লীত কয় যে ভাৰতীয় সেনাই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সত্ত্বেও কৌশলগত পাৰদৰ্শিতাৰ বাবে কাৰ্গিলত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ সক্ষম হৈছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতীয় সেনাৰ সুবিধার্থে সীমান্তৱৰ্তী অঞ্চলসমূহত দুটা লেনযুক্ত পথৰ ব্যৱস...