February 21, 2025 8:27 PM February 21, 2025 8:27 PM

views 4

ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বিদেশী হস্তক্ষেপৰ বিষয়টো উদ্বেগজনক বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰকাশ

 বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰে যে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বিদেশী হস্তক্ষেপৰ বিষয়টো উদ্বেগজনক। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে কয় যে ভাৰতত আমেৰিকাৰ পুঁজি সন্দৰ্ভত প্ৰকাশ পোৱা শেহতীয়া বাতৰি সন্দৰ্ভত সংশ্লিষ্ট বিভাগ আৰু সংস্থাই অনুসন্ধান চলাই আছে। সূত্ৰটোৱে জনোৱা মতে আমেৰিকাৰ পৰা বিমানত পানামা আৰু কষ্টাৰিকালৈ পঠিওৱা নাগৰিকসকলৰ সন্দৰ্ভত পানামাস্থিত ভাৰতীয় মিছনে স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ চলাই আছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ...