January 27, 2025 8:27 PM

views 17

যশপ্রীত বুমৰালৈ বৰ্ষশ্রেষ্ঠ পুৰুষ টেষ্ট ক্ৰিকেটাৰ বঁটা

ভাৰতৰ দ্ৰুতবেগী তাৰকা বলাৰ যশপ্রীত বুমৰালৈ ২০২৪ বৰ্ষৰ বাবে আন্তৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ বৰ্ষশ্রেষ্ঠ পুৰুষ টেষ্ট ক্ৰিকেটাৰ বঁটা আগবঢ়োৱা হৈছে। যোৱাটো বৰ্ষত বুমৰাই ১৩ খন টেষ্ট ক্রিকেট খেলত অংশগ্ৰহণ কৰি ৩৫৭ অভাৰ বলিং কৰি ১৪ দশমিক ৯ – ২ গড়েৰে ৭১ টা উইকেট দখল কৰে। তেওঁৰ এই অনবদ্য প্ৰদৰ্শনৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে।