May 26, 2024 8:56 PM May 26, 2024 8:56 PM
17
যোৰহাট জিলা আয়ুক্তৰ সভাপতিত্বত গ্রীষ্মকালীন ৰোগ প্ৰতিৰোধ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা
যোৰহাট চিকিৎসা মহাবিদ্যালয় সভাকক্ষত যোৰহাট জিলা আয়ুক্তৰ সভাপতিত্বত গ্রীষ্মকালীন ৰোগ প্ৰতিৰোধ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। জিলাখনত গ্ৰীষ্মকালীন ৰোগ তথা মহ, মাখি আদিৰ দ্বাৰা সংক্রমিত হ'ব পৰা বিভিন্ন ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগ আৰু চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষক কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰসমূহত কার্যবাহী দণ্ডাধীশসকলৰ উদ্যোগত এই সন্দৰ্ভত সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ লগতে ...