August 24, 2024 8:58 PM
যোৰহাটৰ বানপ্ৰভাৱিত অঞ্চলৰ ছাত্র-ছাত্রীক ধৰিত্ৰী মহিলা সংগঠনৰ লেখন সামগ্রী বিতৰণ
যোৰহাটৰ বানপ্ৰভাৱিত অঞ্চলত আজি ধৰিত্ৰী মহিলা সংগঠনৰ উদ্যোগত ছাত্র-ছাত্রীক লেখন সামগ্রী বিতৰণ কৰা হয়। এই অনুসৰি যোৰহাট জিলাৰ বাৰপাইক গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কাগজ, কলম, অভিধান, সাধাৰণ ...