May 23, 2024 1:19 PM

views 13

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত বিশেষ মত-বিনিময় অনুষ্ঠানৰ আয়োজন

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত ২০১৬ চনৰ ৰিয়েল ইষ্টেট নিয়ন্ত্ৰণ আৰু উন্নয়ন আইন ৰেৰাৰ সঠিক বাস্তৱায়ন আৰু ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত সংশ্লিষ্ট কর্তৃপক্ষসমূহৰ মাজত বিশেষ মত বিনিময় অনুষ্ঠান আয়োজিত হয়। যোৰহাট জিলা প্রশাসন তথা ৰিয়েল ইষ্টেট নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ উদ্যোগত আৰু বেংক অব্ বৰোদাৰ সহযোগত আয়োজিত অনুষ্ঠানত বেংকৰ বিষয়াসকল, গৃহ নিৰ্মাণৰ বাবে আগ্রহী মাটিৰ গৰাকীসকলৰ লগতে বিভিন্ন পক্ষৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত জিলা আয়ুক্তই কয় যে এই আইনৰ ফলপ্ৰসূ ৰূপায়ণৰ হকে ...