August 26, 2024 8:46 PM
যোৰহাট জিলাত কৃষি বিষয়া কাৰ্যালয়ৰ এটা দলৰ জিলাখনৰ চৰহা পোকে নষ্ট কৰা কৃষিভূমি পৰিদৰ্শন
যোৰহাট জিলাত কৃষি বিষয়া কাৰ্যালয়ৰ এটা দলে আজি জিলাখনৰ বিভিন্ন অঞ্চলত চৰহা পোকে নষ্ট কৰা কৃষিভূমি পৰিদৰ্শন কৰে। কৃষি বিভাগৰ দলটোৰ তৰফৰ পৰা কৃষকৰ মাজত কীটনাশক ঔষধ বিতৰণ কৰাৰ লগতে সজাগতা ব...