June 11, 2024 12:03 PM

views 22

ডেংগু, মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্রাদুর্ভাৱ ৰোধ সন্দৰ্ভত যোৰহাটত গুৰুত্বপূৰ্ণ সভা

বাৰিষাৰ সময়ছোৱাত ডেংগু, মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ আদি ৰোগৰ প্রাদুর্ভাব ৰোধ কৰাৰ সন্দৰ্ভত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলা টাক্স ফোৰ্চৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত সহয়। জিলা আয়ুক্তৰ সভাপতিত্ব আয়োজিত সভাখনত বিভিন্ন ৰোগৰ নিয়ন্ত্ৰণ তথা নিৰাময়ৰ দিশসমূহৰ ওপৰত আলোচনা কৰা হয় ৷ সভাত ভাষণ প্ৰদান কৰি জিলা আয়ুক্তগৰাকীয়ে এই ৰোগসমূহৰ প্ৰতিৰোধৰ বাবে ব্যাপক সজাগতামূলক প্ৰচাৰ অভিযান চলোৱাৰ লগতে সংক্রমণ হ'ব পৰা এলেকাত নিয়মীতভাবে ধোঁৱা দিয়া আৰু নলা-নৰ্দমাসমূহ চাফ-চিকুণ কৰিবলৈ সংশ্লিষ্ট ...