October 30, 2024 12:06 PM
13
যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ পৰিচালনা সন্দৰ্ভত বৈঠক
যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ সফল পৰিচালনা সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই জিলাখনত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলোকে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। বৈঠকত যোৰহাটৰ আৰক্ষী অধীক্ষক, খণ্ড উন্নয়ন বিষয়াৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া প্ৰমুখ্যে জিলা ক্রীড়া সংস্থাৰ বিষয়ববীয়া উপস্থিত থাকে।