June 29, 2024 8:47 PM
23
যোৰহাট জিলা প্রশাসনৰ আজিৰে পৰা তিনিদিনীয়াকৈ যোৰহাট জিলা দিৱস উদ্যাপন
যোৰহাট জিলা প্রশাসনে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে যোৰহাট জিলা দিৱস উদ্যাপন কৰিছে। দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে জিলা আয়ুক্ত কাৰ্যালয়ত ৪১গৰাকী বিশিষ্ট ব্যক্তিয়ে ৪১খন পতাকা উত্তোলন কৰে। অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে জিলাবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাইজৰ সহায়-সহযোগিতাৰ বাবে ধন্যবাদ জনায়। জিলা দিৱসৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানত জিলাখনক যক্ষ্মা ৰোগ মুক্ত কৰাৰ লক্ষ্যৰে মৰমৰ যোৰহাটৰ অধীনত বিশেষ স্বাক্ষৰ অভিযানৰ লগতে হাতত প্ৰাচীৰ পত্ৰিকা উন্মোচন আৰু গ্ৰন্থ দান কাৰ্যসূচী গ্ৰহণ কৰা হৈ...