October 29, 2024 12:23 PM October 29, 2024 12:23 PM
4
যোৰহাট আৱৰ্ত ভৱনত জিলা আয়ুক্তৰ অধ্যক্ষতাত ধান ক্রয় সন্দৰ্ভত বৈঠক
যোৰহাট আৱৰ্ত ভৱনত জিলা আয়ুক্তৰ অধ্যক্ষতাত তিতাবৰ সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তৰ উপস্থিতিত খাদ্য আৰু অসামৰিক যোগান বিভাগ, কৃষি বিভাগ, মিলাৰ্ছ আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে ধান ক্রয় সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে ২০২৪- ২৫ বৰ্ষত খাৰিফ মার্কেটিং চিজনত ৫০০০ মেট্রিকটন ধান ক্রয়ৰ লক্ষ্যত উপনীত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মিলাৰ্ছ আৰু খাদ্য, অসামৰিক যোগান তথা কৃষি বিভাগক এই প্ৰচেষ্টাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তদুপৰি জিলা আয়ুক্তগৰাকীয়ে কৃষকসক...