January 6, 2025 12:21 PM
যোৰহাট দৃষ্টিহীন বিদ্যালয়ত লুই ব্ৰেইলৰ জন্মদিন উদযাপন
যোৰহাট দৃষ্টিহীন বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে যোৱা ৩ আৰু ৪ জানুৱাৰীত দৃষ্টিবাধাগ্ৰস্তসকলৰ শিক্ষা পদ্ধতিৰ উদ্ভাৱক লুই ব্ৰেইলৰ জন্মদিন উদযাপন কৰা হয়। লুই ব্ৰেইল উদযাপন সমিতিৰ উদ্য...