February 22, 2025 7:13 PM

views 25

যোৰহাটৰ ভিন্ন স্থানত ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ ৩১সংখ্যক মৃত্যু তিথি উদযাপন

যোৰহাট জিলাৰ বিভিন্ন স্থানত আজি ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ ৩১ সংখ্যক মৃত্যু তিথি উদযাপন কৰা হৈছে। কবি সন্মিলন আৰু মুকলি সভাৰ আয়োজনেৰে প্ৰয়াত কবিগৰাকীক যোৰহাট, টীয়ক আৰু মৰিয়নিৰ বৌদ্ধিক সমাজে আজি স্মৰণ কৰে। ১৯০১ চনত যোৰহাটৰ টীয়কত জন্মগ্ৰহণ কৰা বিশিষ্ট সাহিত্যিকগৰাকীয়ে ১৯৬৬ চনত অসম সাহিত্য সভাৰ লখিমপুৰ অধিৱেশনত সভাপতিত্ব কৰিছিল। শংখধ্বনি, প্রতিধ্বনি, জয়ধ্বনি, ফুলকলি ইত্যাদি কবিতাপুথিৰে ৰাজ্যৰ সাহিত্য জগতলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা বিনন্দ চন্দ্ৰ বৰুৱাৰ অন্ত্যমিলযুক্ত ছন্দ কবিতাসমূহৰ কাৰ...