August 24, 2024 8:53 PM

views 17

যোৰহাটত পথ নিৰাপত্তা সম্পৰ্কীয় বিশেষ জনসজাগতা অনুষ্ঠান

যোৰহাট জিলাৰ পথ নিৰাপত্তা সম্পৰ্কীয় এক বিশেষ জনসজাগতা অনুষ্ঠান আজি সম্পন্ন হয়। গৌৰীকিৰণ ফাউণ্ডেচনৰ উদ্যোগত, যোৰহাট জিলা প্ৰশাসন আৰু আইন সেৱা প্ৰাধিকৰণৰ সহযোগত অনুষ্ঠিত সভাখনৰ বন্তি প্ৰজ্বলনৰ পাছতে জি কে ফাউণ্ডেশ্যনৰ হৈ জয়ন্ত কুমাৰ বৰঠাকুৰে আদৰণি ভাষণ আগবঢ়ায়। পাৰ্থিৱজ্যোতি শ‍ইকীয়াই মূল ভাষণ আগবঢ়োৱা অনুষ্ঠানত যোৰহাট জিলা উপায়ুক্ত পুলক মহন্তই "পথ সুৰক্ষাৰ ওপৰত প্রশাসনিক পদক্ষেপ"ৰ ওপৰত মন্তব্য প্ৰকাশ কৰে। একে অনুষ্ঠানতে যোৰহাট আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ জিলা ন্যায়াধীশ প্রাঞ্জল দাসে 'পথ সু...