July 31, 2025 1:17 PM

views 17

যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জিন বেংক প্ৰতিষ্ঠা

অসম চৰকাৰৰ সহযোগত যোৰহাট কৃষি বিশ্ববিদ্যালয়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো জিন বেংক প্ৰতিষ্ঠা কৰিছে। এই বেংকত ৭ হাজাৰ ধানৰ সঁচ সংৰক্ষণ কৰা হ'ব। বিশ্ববিদ্যালখনে যোৱা ৫ বছৰত ধান, সৰিয়হ, তিল, বেঙেনা, মাহ জাতীয় শস্য, কণী ধানকে ধৰি ২৪ বিধ শস্যৰ সঁচ উদ্ভাৱন কৰিছে। দেশৰ বিভিন্ন ৰাজ্যত উদ্ভাৱিত কেইবাবিধো শস্যৰ সঁচো বিশ্ববিদ্যালয়খনে কৃষক ৰাইজৰ সুবিধাৰ্থে অনুমোদন জনাইছে। কালি এখন সংবাদমেলত বিশ্ববিদ্যালয়খনৰ কৃষি, গৱেষণা সঞ্চালক ড° সঞ্জয় কুমাৰ চেতিয়াই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে যোৱা কেইবছৰমানৰ ভি...