April 12, 2025 8:43 PM April 12, 2025 8:43 PM
3
জোনাইত ছাত্ৰ নেতাক মহকুমা আৰক্ষী বিষয়াই প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, আছুৰ প্ৰতিবাদ
ধেমাজি জিলাৰ জোনাইত যোৱা নিশা জোনাই মহকুমা আৰক্ষী বিষয়া সূর্যকান্ত মৰাঙে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী স্থানীয় নেতাক প্ৰহাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি আজি জোনাইত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে। ঘটনা পোহৰলৈ অহাৰ পাছতে পুৱতি নিশাই ছাত্ৰ সন্থাৰ বহু সদস্যই জোনাই আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীৰ বিষয়াজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাটোক গৰিহণা দি ধেমাজি জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে ঘটনাৰে জড়িত আৰক্ষী বিষয়াগৰাকীক উচিত শাস্তি প্ৰদানৰ দাবী জনায়। ধেমাজি ছাত্ৰ সন্থাই জোনাই থানাৰ সন্মুখত প্ৰ...