March 24, 2025 11:19 AM March 24, 2025 11:19 AM
2
সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ উৎসৱসমূহ শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈছে : যোগী আদিত্যনাথ
উত্তৰ প্ৰদেশ চৰকাৰৰ ৮ বছৰীয়া কাৰ্যকালৰ সময়ছোৱাত এতিয়ালৈ সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ উৎসৱসমূহ শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উল্লেখ কৰিছে। অহা দুসপ্তাহত চৈত্ৰ নৱৰাত্ৰি, ৰাম নৱমী, ঈদ-উল-ফিটৰ বৈশাখী আদি গুৰুত্বপূৰ্ণ উৎসৱ পালন কৰা হ'ব। উৎসৱসমূহৰ পূৰ্বে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হৈ যায়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এয়া অতি স্পৰ্শকাতৰ সময় আৰু এই সময়ছোৱাত অসুবিধাৰ সৃষ্টি লোক...