November 19, 2025 7:02 PM

views 26

চাংসাৰিৰ শৰাইঘাট মহাবিদ্যালয়ত বিশ্ব ঐতিহ্য সপ্তাহ ২০২৫ মুকলি মন্ত্ৰী যোগেন মহনৰ

অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলাৰ চাংসাৰিৰ শৰাইঘাট মহাবিদ্যালয়ত মন্ত্ৰী যোগেন মহনে আজি বিশ্ব ঐতিহ্য সপ্তাহ ২০২৫ মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীমহনে কয়, যে ৰাজ্য চৰকাৰে শিৱসাগৰৰ ঐতিহাসিক মঠ-মন্দিৰ আৰু ডিমা হাচাওৰ শৈল-ভাস্কর্য বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। চৰাইদেউ জিলাতো স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতি চৰাইদেউৰ সহযোগত আজিৰ পৰা ২৫ নৱেম্বৰলৈ বিশ্ব ঐতিহ্য সপ্তাহ ২০২৫-ৰ আয়োজন কৰা হৈছে । এই উপলক্ষে আজি পুৱা চৰাইদেউ মৈদাম ক্ষেত্ৰত স্বচ্ছতা অভিযান চলোৱা হয়।...

September 7, 2024 7:35 PM

views 38

গুৱাহাটীত মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ কার্যসূচী সম্পৰ্কত অনুষ্ঠিত কর্মশালাত উপস্থিত মন্ত্রী যোগেন মহন

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্রী যোগেন মহনে আজি গুৱাহাটীত মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ কার্যসূচী সম্পৰ্কত অনুষ্ঠিত কর্মশালাত উপস্থিত থাকে। মিছন বসুন্ধৰা প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ সফলতাৰ পাছত গ্ৰহণ কৰিবলগীয়া তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ ভূমি ব্যৱস্থাপনা আৰু ভূমি ৰাজহ ব্যৱস্থাত যোগান্তকাৰী পৰিৱৰ্তন সাধন কৰিব বিচৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে, মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ জৰিয়তে ৰাজ্যখনৰ চাহ জনগোষ্ঠী, খিলঞ্জীয়া লোক আৰু বহুকেইটা প্ৰজন্মৰ পৰা ৰাজ্যখনৰ বসবাস কৰি...