October 28, 2024 7:35 PM October 28, 2024 7:35 PM
2
ভাৰতীয় আৰু আমেৰিকাৰ নাগৰিকৰে ৰাষ্ট্ৰপতি জ’ বাইডেনৰ অন্তিমবাৰৰ বাবে দীপাৱলী উদযাপন
আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে হোৱাইট হাউছত আজি সন্ধিয়া ভাৰতীয় আৰু আমেৰিকাৰ নাগৰিকসকলৰ সৈতে ৰাষ্ট্ৰপতি হিচাপে অন্তিমবাৰৰ বাবে দীপাৱলী উদযাপন কৰিব। এই উৎসৱে আমেৰিকা আৰু ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ মাজৰ বন্ধন অটুট কৰাৰ লগতে ই ভাৰতীয় ঐতিহ্য আৰু সংস্কৃতিৰ স্মৰণীয় মুহূৰ্ত হৈ ৰ'ব বুলি আশা কৰা হৈছে । হোৱাইট হাউছৰ তৰফৰ পৰা এটা বিবৃতিযোগে কোৱা হৈছে যে ৰাষ্ট্ৰপতি শ্ৰী বাইডেনে যোৱা বছৰৰ দৰেই এইবাৰো এই পৰম্পৰা ৰক্ষা কৰি ব্লু ৰুমত বন্তি প্ৰজ্বলন কৰিব। ইয়াৰ পাছত তেওঁ ভাৰতীয় আমেৰিকানসকলৰ এখন সভা সম্বোধন...