November 28, 2024 11:47 AM

views 6

ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত ছোৰেনে আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব

ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত ছোৰেনে আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। ৰাজ্যপাল সন্তোষ কুমাৰ গংৱাৰে বিয়লি ৪ বজাত ৰাঁচীৰ মোৰহাবাদি ময়দানত আয়োজিত এটা অনুষ্ঠানত শ্ৰীছোৰেনক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। ৰাঁচীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীছোৰেনে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক শপতগ্রহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে, লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, প...