October 21, 2024 11:40 AM
কাশ্মীৰৰ বাৰামুল্লা জিলাত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত এটা সশস্ত্র সন্ত্রাসবাদী নিহত
কাশ্মীৰ উপত্যকাৰ বাৰামুল্লা জিলাৰ উড়ি অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত এটা সশস্ত্র সন্ত্রাসবাদী নিহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি অঞ্চলটোত জম্মু-...