April 22, 2025 8:13 PM
পহলগামত অচিনাক্ত সন্ত্রাসবাদীৰ আক্ৰমণত কেইবাগৰাকী পৰ্যটকৰ হতাহত
জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগাম এলেকাত আজি অচিনাক্ত সন্ত্রাসবাদীৰ এটা গোটে পৰ্য্যটকৰ ওপৰত আক্ৰমণ চলায়। শ্ৰীনগৰৰ পৰা প্ৰায় ৮৫ কিলোমিটাৰ নিলগৰ পহলগামৰ বেইচৰণ বনাঞ্চলত এই আক্রমণ সং...